সাহিত্য হৈছে এটা জাতিৰ দাপোন স্বৰূপ। আমি শব্দৰ খেতি কৰি ভাল পাওঁ। সাহিত্যৰ পথাৰ খন আৰু অলপ সেউজীয়া কৰাৰ এয়া প্ৰয়াস মাথোঁ শব্দ-সাঁকোৰ জৰিয়তে। আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত শব্দ-সাঁকোৰ প্ৰতিজন সদস্য আৰু সুহৃদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিছো।অনাগত দিনতো আপোনালোকৰ দিহা-পৰামৰ্শ কামনা কৰিলোঁ।
আলোচনীখন পঢ়িবলৈ তলত দিয়া (download)ত ক্লিক কৰক। আৰু যিসকলে পঢ়িবলৈ অসুবিধা পাইছে আমাৰ (whatsApp no) 6000070513 ত যোগাযোগ কৰিব।।
2 comments:
আলোচনীখন পঢ়ি ভাল লাগিল। কাব্য মালঞ্চ,গল্পৰ কুঁকি,আৰু প্ৰবন্ধসমূহ মনোগ্ৰাহী👍
ধন্যবাদ বহুতো ❤️
Post a Comment