❖শব্দ-সাঁকো ❖দ্বিতীয় বৰ্ষ ❖দ্বিতীয় সংখ্যা

 

প্ৰকাশ পালে ন-পুৰণি লেখকৰ লেখাৰে সমৃদ্ধ শব্দ-সাঁকো ই-আলোচনীৰ দ্বিতীয় বৰ্ষৰ দ্বিতীয় সংখ্যাটো। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক।



আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাঁহৰিব। যদি ভাল পালে আন দহজনকো পঢ়িবলৈ প্ৰেৰণ কৰিব।
শব্দ-সাঁকোৰ বসন্ত বিশেষ কবিতা সংখ্যালৈ সমূহ লেখক-লেখিকাৰ পৰা বসন্ত বিশেষ কবিতা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।


1 comment:

Ankush said...

সচাকৈ ইমান সুন্দৰ ৰূপত 'শব্দ-সাঁকো' প্ৰাণ পাই উঠিছে ক'বলৈ অস্পষ্ট । প্ৰায় খিনি লেখাই পঢ়ি আপ্লুত হৈছোঁ । কিবা যেন বিচাৰি পাইছোঁ ।
ৰূপজ্যোতি শইকীয়াৰ ' প্ৰেমৰ প্ৰকল্প ' কবিতাই বহু কথাই কৈ গ'ল.....।